THE 2-MINUTE RULE FOR ASSAMESE SYNONYMS

The 2-Minute Rule for Assamese synonyms

The 2-Minute Rule for Assamese synonyms

Blog Article

অজগৌ, আহম্মক, জধামূৰ্খ, নিৰ্বুদ্ধি, নিৰ্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, মন্দমতি, মূঢ়, মূৰ্খ, মূৰুখ, মূৰুখমতি৷

recently, There have been a escalating awareness and curiosity in preserving and marketing the Assamese language. There have been endeavours click here to incorporate the language while in the education and learning process and to make it far more extensively spoken and recognized.

অতুল, অতুলন, অতুলনীয়, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অৰ্ধাংগিনী, অৰ্ধাংগী, কলত্ৰ, কান্তা, গৃহদেৱী, গৃহিণী, ঘৈণী, ঘৰণী, ঘৰিণী, জানী, জায়া, জীৱনসংগিনী, দয়িতা, দাৰ, দাৰা, ধনিকা, ধৰ্মপত্নী, পত্নী, পুৰন্ধ্ৰী, পৰিবাৰ, বধূ, ভাৰ্যা, শয্যাসংগিনী, শয্যাসহচৰী, সহধৰ্মিণী৷

অৱতংস, আকল্প, আভৰণ, আভূণ, কঞ্চুল, কলাপ, গহনা, বিভূষণ, বিভূষা, ভূষণ, ভূষা, মণ্ডন৷

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

অনেক, অগাধ, অতিশয়, অত্যধিক, অত্যন্ত, অধিক, অনল্প, উভৈনদী, ওৱাদানি, ঢেৰ, দেধাৰ, প্রচুৰ, প্ৰতুল, প্ৰভূত, বহু, বহুত, বিপুল, বিস্তৰ, বেছি, সমধিক৷

অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

উদ্যম, উদ্যোগ, উৎসাহ, চেষ্টা৷ ধাউতি, ৰাপ, স্পৃহা, হেঁপাহ৷

অনংগ, অনন্ত, অন্তৰীক্ষ, অন্তৰীক্ষমণ্ডল, অভ্ৰ, অভ্রক, অম্বৰ, অক্ষৰ, আলাস, আকাশমণ্ডল, উডুপথ, ক্ৰন্দসী, খ, গগন, গগনমণ্ডল, ঘনবীথি, ঘনাশ্ৰয়, তাৰাপথ, ত্ৰিদিৱ, ত্ৰিবিষ্টপ, দেৱপথ, দ্যু, দ্যুলোক, দ্যো, দ্যৌ, নভ, নভস, নভোমণ্ডল, নাক, নিৰাকাৰ, নীলিমা, পৱনপথ, পুৰৱৰ্ত্ম, পুষ্কৰ, বায়ুৱৰ্ত্ম, বিমান, বিহায়, বিয়ৎ, ব্যোম, মৰুদ্বত্ম, মহাকাশ, মহাবিল, মহাশূন্য, মেঘৱৰ্ত্ম, মেঘাবেশ্ম, মেঘাস্পদ, ৰোদসী, ৰোদঃ, লোকালোক, শূন্য, শূন্যতল, সুৰপথ, সুৰৱৰ্ত্ম৷

অচ্যুত, অতলবিহাৰী, অধোক্ষজ, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অধিপতি, অধিপ, অধিপতি, অধিভূ, অধিৰাজ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

চলচ্চিত্ৰ, চিনেমা, ছায়াচিত্ৰ, ছায়াছবি, বায়’স্ক’প, বোলছবি, ভিডিঅ’চিত্ৰ, ম’ভী৷

অদ্যপৰিমিত, আজিলৈকে, এতিয়ালৈকে, সদ্যহতে৷

Report this page